• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজনীতি কৰিবলৈ মন মেলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে,  চিকিত্‍সালয়ৰ বিচনাৰ পৰাই চাইছে বিধানসভাৰ অধিৱেশন

ৰাজনীতি কৰিবলৈ মন মেলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে,  চিকিত্‍সালয়ৰ বিচনাৰ পৰাই চাইছে বিধানসভাৰ অধিৱেশন

আজি পুনৰ কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কোৰোণা পৰীক্ষা।

আজি পুনৰ কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কোৰোণা পৰীক্ষা।

আজি পুনৰ কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কোৰোণা পৰীক্ষা।

  • Share this:
কোৰোণাত আক্ৰান্ত হৈ বৰ্তমান চিকিত্‍সাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এটা বিশেষজ্ঞ চিকিত্‍সকৰ দলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিত্‍সা প্ৰদান কৰি আছে। সময়ে সময়ে খবৰ লৈ আছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

চিকিত্‍সাধীন হৈ থকা অৱস্থাতে এতিয়া ৰাজনীতি কৰিবলৈ মন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। চিকিত্‍সালয়ৰ বিচনাৰ পৰাই টিভিত চাইছে বিধানসভাৰ অধিৱেশন। ইফালে চিকিত্‍সকে জনোৱা মতে, বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে গগৈ। আজি পুনৰ কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কোৰোণা পৰীক্ষা। আৰু যদি নিগেটিভ আহে, তেন্তে ঘৰলৈ যাব পাৰিব বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী। এই কথা জনাইছে গুৱাহাটী চিকিত্‍সা মহিবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।
Published by:Himangshu Bhuyan
First published: