• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ, চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধৰ আয়োজন

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ, চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধৰ আয়োজন

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰ্থে সকলো গুণমুগ্ধই প্ৰাৰ্থনা জনাই৷

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰ্থে সকলো গুণমুগ্ধই প্ৰাৰ্থনা জনাই৷

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰ্থে সকলো গুণমুগ্ধই প্ৰাৰ্থনা জনাই৷

  • Share this:
২৩ নৱেম্বৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি আদ্যশ্ৰাদ্ধ ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধ উপলক্ষে দেখা গ’ল অনেক গুণমুগ্ধৰ উপস্থিতি৷ আদ্যশ্ৰাদ্ধৰ দিনটোত পুৱাৰে পৰা আয়োজন কৰা হয় মাংগলিক অনুষ্ঠান। নাম–প্ৰসংগ মুখৰিত হ’ল মন্ত্ৰী আবাস৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰ্থে সকলো গুণমুগ্ধই প্ৰাৰ্থনা জনাই৷
Published by:Sanjay Kumar Das
First published: