• Home
  • »
  • News
  • »
  • assam
  • »
  • ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দুই এদিনতে আহিব ঘৰলৈ!

ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দুই এদিনতে আহিব ঘৰলৈ!

চিকিৎসালয়ৰ পৰাই ৰাজ্যবাসীক ধন্যবাদ জনালে মহন্তই।

চিকিৎসালয়ৰ পৰাই ৰাজ্যবাসীক ধন্যবাদ জনালে মহন্তই।

চিকিৎসালয়ৰ পৰাই ৰাজ্যবাসীক ধন্যবাদ জনালে মহন্তই।

  • Share this:
ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। মহানগৰীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন হৈ আছে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতাগৰাকী। চিকিৎসালয়ৰ আই চি ইউৰ পৰা কোঠালৈ স্থানান্তৰিত কৰিছে প্ৰফুল্ল কুমাৰ মহন্তক।হাস্পতালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুই এদিনতে ঘৰলৈ আহিব প্ৰফুল্ল কুমাৰ মহন্ত। চিকিৎসালয়ৰ পৰাই ৰাজ্যবাসীক ধন্যবাদ জনালে মহন্তই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি