‘হিমন্ত বিশ্ব শৰ্মা বহুবল্কী–বিশৃংখল মন্ত্ৰী, CAAক লৈ কৰিছে বিভ্ৰান্তিকৰ মন্তব্য’

News18 Assam | News18-Assam
Updated:January 5, 2020, 3:43 PM IST
‘হিমন্ত বিশ্ব শৰ্মা বহুবল্কী–বিশৃংখল মন্ত্ৰী, CAAক লৈ কৰিছে বিভ্ৰান্তিকৰ মন্তব্য’
মহন্তই কয় – অসম চুক্তিৰ 6Aৰ সংশোধনী নকৰাকৈ 6B সংশোধন কৰিব নোৱাৰে।

মহন্তই কয় – অসম চুক্তিৰ 6Aৰ সংশোধনী নকৰাকৈ 6B সংশোধন কৰিব নোৱাৰে।

  • Share this:
‘হিমন্ত বিশ্ব শৰ্মা বহুবল্কী আৰু বিশৃংখল মন্ত্ৰী’ – সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। আজি আয়োজন কৰা এক সংবাদমেলত মহন্তই কয় যে নাগৰিকত্ব সংশোধনী আইনক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। মহন্তই কয় – ‘অসম চুক্তিৰ 6Aৰ সংশোধনী নকৰাকৈ 6B সংশোধন কৰিব নোৱাৰে। কেন্দ্ৰই CAAত কৰা সংশোধনী অংবিধানিক। ২.৫ কোটি বাংলাদেশী সংখ্যালঘু ভাৰতলৈ আহিব CAA হোৱাৰ পিছত। বাংলাদেশৰ সংখ্যালঘু নেতা প্ৰামণিকে এই তথ্য আগবঢ়াইছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি