মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ, শুকুৰবাৰে নিশা চিকিত্‍সালয়ত ভৰ্তি

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ, শুকুৰবাৰে নিশা চিকিত্‍সালয়ত ভৰ্তি

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শুকুৰবাৰে নিশা চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়।

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শুকুৰবাৰে নিশা চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়।

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শুকুৰবাৰে নিশা চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়।

  • Share this:
ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শুকুৰবাৰে নিশা চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান মহানগৰীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
চিকিত্‍সালয়খনৰ ICUত চিকিৎসাধীন হৈ আছে প্ৰফুল্ল কুমাৰ মহন্ত।

খবৰ অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী  স্নায়ুজনীত ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য পৰীক্ষাৰ অন্তত মহন্তৰ দেহত কোৰোণাৰ কোনো লক্ষণ নাই বুলি জানিব পৰা গৈছে। শুকুৰবাবে নিশা প্ৰায় ৮ বজাত প্ৰফুল্ল কুমাৰ মহন্তক অনা হৈছিল হাস্পতাললৈ।

শেহতীয়া বাতৰি