কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই লোৱাটো বিজেপিৰ ঐতিহাসিক ভুল – সংবাদমেলত ক’লে তৰুণ গগৈয়ে

এখন ৰাজ্যক বিজেপিয়ে টুকুৰা-টুকুৰ কৰিব বিচাৰিছে, স্থানীয় ৰাইজক অপমান কৰিছে।

News18-Assam
Updated:August 6, 2019, 2:49 PM IST
কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই লোৱাটো বিজেপিৰ ঐতিহাসিক ভুল – সংবাদমেলত ক’লে তৰুণ গগৈয়ে
এখন ৰাজ্যক বিজেপিয়ে টুকুৰা-টুকুৰ কৰিব বিচাৰিছে, স্থানীয় ৰাইজক অপমান কৰিছে।
News18-Assam
Updated: August 6, 2019, 2:49 PM IST
কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও। সংবাদমেলত গগৈয়ে কয় – জম্মু–কাশ্মীৰৰ পৰা ৩৭০ উঠাই লোৱাটো বিজেপিৰ ঐতিহাসিক ভুল। এতিয়া কাশ্মীৰৰ সমস্যা আৰু অধিক জটিল হ’ব। এখন ৰাজ্যক বিজেপিয়ে টুকুৰা-টুকুৰ
কৰিব বিচাৰিছে, স্থানীয় ৰাইজক অপমান কৰিছে।

গগৈয়ে কয় যে কাশ্মীৰ এখন ৰাজ্য আছিল, এতিয়া বিজেপিয়ে টুকুৰা-টুকুৰ কৰিব বিচাৰিছে। কাশ্মীৰত এতিয়া মাটি কিনিব পাৰিব আন ৰাজ্যৰ লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি