আজি নিশা চৰকাৰী বাসভৱনত ৰখা হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ

ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব তৰুণ গগৈৰ শেষকৃত্য।
ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব তৰুণ গগৈৰ শেষকৃত্য।
- News18 Assam
- Last Updated: November 23, 2020, 6:34 PM IST
আজি নিশা চৰকাৰী বাসভৱনত ৰখা হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ। কাইলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব কলাক্ষেত্ৰত। গুৱাহাটীত সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব তৰুণ গগৈৰ শেষকৃত্য।