আজি নিশা চৰকাৰী বাসভৱনত ৰখা হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ

News18 Assam | News18-Assam
Updated:November 23, 2020, 6:34 PM IST
আজি নিশা চৰকাৰী বাসভৱনত ৰখা হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ
ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব তৰুণ গগৈৰ শেষকৃত্য।

ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব তৰুণ গগৈৰ শেষকৃত্য।

  • Share this:
অসমৰ ৰাজনীতিত এক বৰ্ণিল অধ্যায়ৰ অৱসান। শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। বিয়লি ৫.৩৪ বজাত মৃত ঘোষণা কৰে হাস্পতাল কৰ্তৃপক্ষই।

আজি নিশা চৰকাৰী বাসভৱনত ৰখা হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ। কাইলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব কলাক্ষেত্ৰত। গুৱাহাটীত সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব তৰুণ গগৈৰ শেষকৃত্য।
Published by: Sanjay Kumar Das
First published: November 23, 2020, 6:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading