বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণসহ বিভিন্ন দলৰ বহু ব্যক্তিৰ কংগ্ৰেছত যোগদান

যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, সাংসদ গৌৰৱ গগৈৰ উপৰি আন বহু সংখ্যক নেতা উপস্থিত আছিল।
যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, সাংসদ গৌৰৱ গগৈৰ উপৰি আন বহু সংখ্যক নেতা উপস্থিত আছিল।
- News18 Assam
- Last Updated: September 9, 2020, 3:06 PM IST
বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ উপৰি বিজেপি নেতা নিৰঞ্জন নাথ, বিজেপি কৰ্মী মইনা মজুমদাৰ, অৱসৰপ্ৰাপ্ত বিষয়া দাদুল বৰকাকতি, পৰিবহণ ৱৰ্কাৰছ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰছিদ আলম, জ্যেষ্ঠ অধিবক্তা সুমন দাস গুপ্তা, এআইইউডিএফৰ নেতা আব্দুল মতিন খণ্ডকাৰ, এআইইউডিএফৰ ইউথ কমিটীৰ নেতা ছাহজাহান আলী, সমাজসেৱিকা পল্লবী হাজৰিকা, খাদ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া পুতুল কোঁৱৰ, সমাজকৰ্মী বসন্ত কুমাৰ শৰ্মা, বিপিএফৰ নেতা প্ৰত্যুশ বসুমতাৰী, অগপৰ নেতা বক্কৰ আলী আহমেদ, কেইবাজনো শিল্পী ক্ৰমে অভিনেতা ৰাজ দত্ত, কৰিঅ’গ্ৰাফাৰ ভাস্কৰজ্যোতি দত্ত, প্ৰিয়াৰাণী গগৈ, জয়ন্ত দাস, সঞ্জীৱ দাস, ঋষিৰাজ দাস, আৰ কে হৰ্ষৰ লগতে আন বিভিন্নজনে বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, সাংসদ গৌৰৱ গগৈৰ উপৰি আন বহু সংখ্যক নেতা উপস্থিত আছিল।