NRCত নাম নাহিল প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ, ৩ সন্তানৰ নামো নহ’ল অন্তৰ্ভুক্ত

অৱশ্যে ন্যায়পালিকাৰ প্ৰতি আস্থা প্ৰকাশ কৰি পৰৱৰ্তী পৰ্যায়ত NRCত নাম প্ৰকাশ পাব বুলি আশাবাদী ছানাউল্লাহ।

News18-Assam
Updated:August 31, 2019, 2:21 PM IST
NRCত নাম নাহিল প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ, ৩ সন্তানৰ নামো নহ’ল অন্তৰ্ভুক্ত
অৱশ্যে ন্যায়পালিকাৰ প্ৰতি আস্থা প্ৰকাশ কৰি পৰৱৰ্তী পৰ্যায়ত NRCত নাম প্ৰকাশ পাব বুলি আশাবাদী ছানাউল্লাহ।
News18-Assam
Updated: August 31, 2019, 2:21 PM IST
NRCত নাম নাহিল প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ। ছানাউল্লাহৰ ৩ সন্তানৰ নামো নাহিল চূড়ান্ত NRCত। অৱশ্যে পত্নী ছানিমা বেগমৰ নাম অন্তৰ্ভুক্ত হৈছে NRCত। নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ খেদ প্ৰকাশ কৰে প্ৰাক্তন সেনা বিষয়াজনে। অৱশ্যে ন্যায়পালিকাৰ প্ৰতি আস্থা প্ৰকাশ কৰি পৰৱৰ্তী পৰ্যায়ত NRCত নাম প্ৰকাশ পাব বুলি আশাবাদী ছানাউল্লাহ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি