உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : গোলকগঞ্জ–পাটাছাৰকুছিত EVM বিসংগতি, ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ শাৰী

    Assam-Assembly : গোলকগঞ্জ–পাটাছাৰকুছিত EVM বিসংগতি, ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ শাৰী

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    ই ভি এম বিসংগতিৰ ফলত ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।

    • Share this:
    তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আজি। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ মাজতে কেতবোৰ সমষ্টিৰ পৰা আহিছে ই ভি এম বিসংগতিৰ খবৰ। গোলকগঞ্জৰ ১৮নং ভোট কেন্দ্ৰত ই ভি এমৰ বিসংগতি ৷ এতিয়ালৈ আৰম্ভ কৰিব পৰা নাই ভোটগ্ৰহণ প্ৰক্ৰিয়া৷

    আনহাতে, ৪২নং পাটাছাৰকুছি সমষ্টিৰ ৪৮৫নং কেন্দুগুৰি এল পি স্কুল ভোটকেন্দ্ৰটো ই ভি এমৰ বিসংগতি। এই কেন্দ্ৰটো আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। ই ভি এম বিসংগতিৰ ফলত ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।
    Published by:Sanjay Kumar Das
    First published: