Assam-Assembly : গোলকগঞ্জ–পাটাছাৰকুছিত EVM বিসংগতি, ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ শাৰী

প্ৰতীকী ফটো
ই ভি এম বিসংগতিৰ ফলত ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।
- News18 Assam
- Last Updated: April 6, 2021, 8:24 AM IST
আনহাতে, ৪২নং পাটাছাৰকুছি সমষ্টিৰ ৪৮৫নং কেন্দুগুৰি এল পি স্কুল ভোটকেন্দ্ৰটো ই ভি এমৰ বিসংগতি। এই কেন্দ্ৰটো আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। ই ভি এম বিসংগতিৰ ফলত ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।