মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam-Assembly : যমুনামুখৰ ভোটকেন্দ্রত EVM বিকল, এতিয়ালৈ আৰম্ভ হোৱা নাই ভোটগ্ৰহণ

Assam-Assembly : যমুনামুখৰ ভোটকেন্দ্রত EVM বিকল, এতিয়ালৈ আৰম্ভ হোৱা নাই ভোটগ্ৰহণ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

নীলবাগান এম ই স্কুলৰ ১২২নং ভোট কেন্দ্ৰত উত্তেজনা৷ EVM বিকল হোৱাৰ বাবে হুলস্থুল।

  • Share this:
যমুনামুখ সমষ্টিৰ চাৰিং পথাৰ গাঁৱৰ ২২২নং ভোটকেন্দ্ৰত ইভিএম বিকল৷ এতিয়া লৈকে আৰম্ভ হোৱা নাই ভোটগ্ৰহণ৷ ফলত ৯ আৰু ১০নং ৱাৰ্ডৰ ভোটাৰে এঘণ্টা ধৰি শাৰী পাতি থাকিবলগীয়া হৈছে। নীলবাগান এম ই স্কুলৰ ১২২নং ভোট কেন্দ্ৰত উত্তেজনা৷ EVM বিকল হোৱাৰ বাবে হুলস্থুল।

শেহতীয়া বাতৰি