মুখ্যপৃষ্ঠা »খবৰ »অসম »বটদ্ৰৱাৰ উচ্ছেদস্থলীত ঢলি পৰিল এজন আৰক্ষী জোৱান

বটদ্ৰৱাৰ উচ্ছেদস্থলীত ঢলি পৰিল এজন আৰক্ষী জোৱান

কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল আৰক্ষীৰ জোৱান ভবেন চন্দ্ৰ বৰা।

কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল আৰক্ষীৰ জোৱান ভবেন চন্দ্ৰ বৰা।

কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল আৰক্ষীৰ জোৱান ভবেন চন্দ্ৰ বৰা।

  • Share this:
আজি পুৱাৰে পৰা বটদ্ৰৱাত চলিছে উচ্ছেদ অভিযান। প্ৰায় ৯০০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। বটদ্ৰৱাৰ এই উচ্ছেদস্থলীত ঢলি পৰিল এগৰাকী আৰক্ষীৰ জোৱান।

কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল আৰক্ষীৰ জোৱান ভবেন চন্দ্ৰ বৰা। ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ঢলি পৰিল জোৱানগৰাকী। উলুৱনী আৰক্ষী চকীৰ সীমান্ত শাখাৰ জোৱান বৰা।

শেহতীয়া বাতৰি