
৬ বজাৰ পৰা চলা উচ্ছেদ অভিযান ৬ ঘন্টাৰ পিছত অন্ত পৰিছে৷ এই কথা জনালে শোণিতপুৰৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই৷
৬ বজাৰ পৰা চলা উচ্ছেদ অভিযান ৬ ঘন্টাৰ পিছত অন্ত পৰিছে৷ এই কথা জনালে শোণিতপুৰৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই৷
শোণিতপুৰৰ বৰছলাৰ চিতলমাৰীত উচ্ছেদ অভিযানৰ সামৰণি৷ বেদখলমুক্ত হ’ল এহেজাৰ বিঘা চৰকাৰী ভূমি৷ শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল উচ্ছেদ অভিযান৷ বেদখলকাৰীয়ে নিজেই খালী কৰিছিল ঘৰ দুৱাৰ৷
৬ বজাৰ পৰা চলা উচ্ছেদ অভিযান ৬ ঘন্টাৰ পিছত অন্ত পৰিছে৷ এই কথা জনালে শোণিতপুৰৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই৷ পৰৱৰ্তী সময়তো বৰছলাত হ’ব উচ্ছেদ, কিন্তু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে এতিয়াও দিন নিৰ্ধাৰণ হোৱা নাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|