
২০খন জেছিবি, ১৫খন ট্ৰেক্টৰেৰে পুৱাৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান৷ ৩০০টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিব প্ৰশাসনে৷
২০খন জেছিবি, ১৫খন ট্ৰেক্টৰেৰে পুৱাৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান৷ ৩০০টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিব প্ৰশাসনে৷
শোণিতপুৰৰ বৰছলাত উচ্ছেদ অভিযান আৰম্ভ৷ বৰছলাৰ চিতলমাৰীত অবৈধ বেদখলকাৰীক উচ্ছেদ৷ এহেজাৰ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান৷ ২০খন জেছিবি, ১৫খন ট্ৰেক্টৰেৰে পুৱাৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান৷ ৩০০টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিব প্ৰশাসনে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|