• Home
  • »
  • News
  • »
  • assam
  • »
  • শোণিতপুৰৰ বৰছলাত প্ৰশাসনৰ উচ্ছেদ, ১০০০ বিঘা ভূমি কৰিব দখলমুক্ত

শোণিতপুৰৰ বৰছলাত প্ৰশাসনৰ উচ্ছেদ, ১০০০ বিঘা ভূমি কৰিব দখলমুক্ত

২০খন জেছিবি, ১৫খন ট্ৰেক্টৰেৰে পুৱাৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান৷ ৩০০টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিব প্ৰশাসনে৷

  • Share this:
শোণিতপুৰৰ বৰছলাত উচ্ছেদ অভিযান আৰম্ভ৷ বৰছলাৰ চিতলমাৰীত অবৈধ বেদখলকাৰীক উচ্ছেদ৷ এহেজাৰ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান৷ ২০খন জেছিবি, ১৫খন ট্ৰেক্টৰেৰে পুৱাৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান৷ ৩০০টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিব প্ৰশাসনে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি