সন্ধান নাই শিৱসাগৰৰ নিৰুদ্দিষ্ট অভিযন্তাৰ। ১৫ মে’ৰ পৰা সন্ধানহীন জলসম্পদ বিভাগৰ অভিযন্তা দিগন্ত শইকীয়া। NRCৰ কামত জড়িত আছিল অভিযন্তাগৰাকী। আৰক্ষীয়ে চৰকাৰী আবাসত উদ্ধাৰ কৰে অভিযন্তাজনৰ মোবাইল আৰু এখন টোকা।
Published by: Dulu Medhi
FIRST PUBLISHED : May 17, 2019, 10:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।