‍BREAKING: ৩ দিন ধৰি সন্ধান নাই শিৱসাগৰৰ নিৰুদ্দিষ্ট অভিযন্তাৰ

১৫ মে’ৰ পৰা সন্ধানহীন জলসম্পদ বিভাগৰ অভিযন্তা দিগন্ত শইকীয়া।

news18assam
Updated:May 17, 2019, 10:36 AM IST
‍BREAKING: ৩ দিন ধৰি সন্ধান নাই শিৱসাগৰৰ নিৰুদ্দিষ্ট অভিযন্তাৰ
অভিযন্তা দিগন্ত শইকীয়া
news18assam
Updated: May 17, 2019, 10:36 AM IST
সন্ধান নাই শিৱসাগৰৰ নিৰুদ্দিষ্ট অভিযন্তাৰ। ১৫ মে’ৰ পৰা সন্ধানহীন জলসম্পদ বিভাগৰ অভিযন্তা দিগন্ত শইকীয়া। NRCৰ কামত জড়িত আছিল অভিযন্তাগৰাকী। আৰক্ষীয়ে চৰকাৰী আবাসত উদ্ধাৰ কৰে অভিযন্তাজনৰ মোবাইল আৰু এখন টোকা।
আৰু চাওক পৰৱৰ্তী বাতৰি