
আজি পৌৰসভা নিৰ্বাচনৰ মাজতে পলায়ন কৰে অৰুণ কুৰ্মীয়ে।
আজি পৌৰসভা নিৰ্বাচনৰ মাজতে পলায়ন কৰে অৰুণ কুৰ্মীয়ে।
ডিব্ৰুগড় জিলাৰ মৰাণৰ কাছমাৰীত আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা দুৰ্ধৰ্ষ ডকাইত তথা গাড়ী চোৰ ভোটকো ওৰফে বিকাশ ওৰফে অৰুণ কুৰ্মীৰ পলায়ন। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পলায়ন কৰে অৰুণ কুৰ্মীয়ে। ২২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল একাউণ্টাৰৰ ঘটনা। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছিল অৰুণ কুৰ্মী। তাৰ পিছৰে পৰা অৰুণ চিকিৎসাধীন হৈ আছিল অসম চিকিৎসা মহাবিদ্যালয়ত। আজি পৌৰসভা নিৰ্বাচনৰ মাজতে পলায়ন কৰে অৰুণ কুৰ্মীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|