• Home
  • »
  • News
  • »
  • assam
  • »
  • ধুবুৰীত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা, থানাৰ ভিতৰতে আৰক্ষীক কৰিছিল চেলেঞ্জ

ধুবুৰীত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা, থানাৰ ভিতৰতে আৰক্ষীক কৰিছিল চেলেঞ্জ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদৰ সোঁ ভৰিত লাগিছে গুলী। 

  • Share this:
এইবাৰ ধুবুৰীত এনকাউণ্টাৰৰ ঘটনা। শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ জালত পৰা ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদলৈ গুলীচালনা। নিশা আৰক্ষীৰ জিম্মাৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে। ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদৰ সোঁ ভৰিত লাগিছে গুলী। দেওবাৰে আৰক্ষী থানাৰ ভিতৰতেই আৰক্ষীক চেলেঞ্জ কৰিছিল ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদে। ৰাহুল প্ৰসাদৰ লগতে গ্ৰেপ্তাৰ হৈছিল আবু তালেপ মোল্লাহ আৰু ৰাকেশ দাস নামৰ আন দুজন ড্ৰাগছ মাফিয়া। বৰ্তমান ধুবুৰী চিকিৎসালয়ত চিকিৎসাধীন ৰাহুল।
Published by:Sanjay Kumar Das
First published: