உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jammu Kashmir : জম্মু–কাশ্মীৰৰ সুৰনকোট ছেক্টৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, এটা সন্ত্ৰাসবাদী নিহত

    Jammu Kashmir : জম্মু–কাশ্মীৰৰ সুৰনকোট ছেক্টৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, এটা সন্ত্ৰাসবাদী নিহত

    ভাৰতীয় সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে পুঞ্চৰ সুৰনকোট ছেক্টৰৰ মেহৰামগলাত ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ এক অভিযানত এটা সন্ত্ৰাসবাদী নিহত হৈছে।

    • Share this:
    জম্মু–কাশ্মীৰ (Jammu & Kashmir)ৰ পুঞ্চৰ সুৰনকোট ছেক্টৰত (Surankote sector of Poonch) নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। প্ৰাথমিক তথ্যৰ ভিত্তিত সেনা, চিআৰপিএফ আরু আৰক্ষীৰ যৌথ দলে ঘেৰাও কৰি অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীয়ে তথ্য লাভ কৰিছিল যে কিছু সন্দেহজনক লোক অঞ্চলটোত আত্মগোপন কৰি আছে। যেতিয়া নিৰাপত্তাৰক্ষীৰ দলে সেই স্থানত উপস্থিত হ’ল তেতিয়া লুকাই থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰে।

    ভাৰতীয় সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে পুঞ্চৰ সুৰনকোট ছেক্টৰৰ মেহৰামগলাত ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ এক অভিযানত এটা সন্ত্ৰাসবাদী নিহত হৈছে। তেওঁৰ জিম্মাৰ পৰা এটা একে–৪৭ ৰাইফল আৰু চাৰিটা মেগজিন উদ্ধাৰ কৰা হৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: