
হাতীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে নষ্ট কৰিলে খেতি-পথাৰো
হাতীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে নষ্ট কৰিলে খেতি-পথাৰো
নুমলীগড়ৰ পংকা চাৰিআলিত বন্যহস্তীৰ উপদ্ৰৱ। হাতীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে নষ্ট কৰিলে খেতি-পথাৰো। খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই আহিছিল হাতীৰ বৃহত্ জাকটো। দেওপাহাৰ বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই অহাৰ সন্দেহ স্থানীয় একাংশৰ। কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ।
চাওক এই ভিডিঅ’:
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|