নুমলীগড়ত হাতী-মানুহৰ সংঘাত

হাতীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে নষ্ট কৰিলে খেতি-পথাৰো

news18assam
Updated:April 28, 2019, 11:50 AM IST
নুমলীগড়ত হাতী-মানুহৰ সংঘাত
হাতীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে নষ্ট কৰিলে খেতি-পথাৰো
news18assam
Updated: April 28, 2019, 11:50 AM IST
নুমলীগড়ৰ পংকা চাৰিআলিত বন্যহস্তীৰ উপদ্ৰৱ। হাতীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে নষ্ট কৰিলে খেতি-পথাৰো। খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই আহিছিল হাতীৰ বৃহত্‍ জাকটো। দেওপাহাৰ বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই অহাৰ সন্দেহ স্থানীয় একাংশৰ। কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ।

চাওক এই ভিডিঅ’:

আৰু চাওক পৰৱৰ্তী বাতৰি