
চোৰাং চিকাৰী দুজন হৈছে বুধু ৰাম মুৰ্মু আৰু সুনীল মুৰ্মু। দুয়োজনৰে ঘৰ বাক্সা জিলাৰ কুমাৰিকাটাত।
চোৰাং চিকাৰী দুজন হৈছে বুধু ৰাম মুৰ্মু আৰু সুনীল মুৰ্মু। দুয়োজনৰে ঘৰ বাক্সা জিলাৰ কুমাৰিকাটাত।
বাক্সা জিলাত এছ এছ বিৰ অভিযান। হাতীৰ দাঁতসহ দুই চিকাৰীক কৰায়ত্ত। এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া SSBৰ ২৪ নং বেটেলিয়নৰ এটা দলে এটা হাতীৰ দাঁতটো উদ্ধাৰ কৰে। SSBৰ দলটোৱে অভিযান চলাই হাতীৰ দাঁতৰ লগতে দুজনকৈ চিকাৰীক গ্ৰেপ্তাৰ কৰে। চোৰাং চিকাৰী দুজন হৈছে বুধু ৰাম মুৰ্মু আৰু সুনীল মুৰ্মু। দুয়োজনৰে ঘৰ বাক্সা জিলাৰ কুমাৰিকাটাত।
এছ এছ বিৰ অভিযানত দুই চোৰাং চিকাৰীয়ে পলাবলৈ চেষ্টা কৰে। কিন্তু এছ এছ বিৰ তৎপৰতাত হাতীৰ দাঁতসহ কৰায়ত্ত কৰে দুই চোৰাং চিকাৰীক। পিছত উদ্ধাৰ হোৱা হাতীৰ দাঁতৰ লগতে দুই চোৰাং চিকাৰীক অভিযানকাৰী দলটোৱে কুমাৰীকাটা বন বিভাগক চমজাই দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|