Breaking: বন্যহস্তীৰ গচকত মৃত্যু এজনৰ

ওডালগুৰি ডিমাকুছত বন্যহস্তীৰ গচকত মৃত লোকজনৰ নাম ৰাহুল সোণাৰি

news18assam
Updated:April 25, 2019, 10:56 AM IST
Breaking: বন্যহস্তীৰ গচকত মৃত্যু এজনৰ
বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু
news18assam
Updated: April 25, 2019, 10:56 AM IST
Breaking: বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। ওডালগুৰি ডিমাকুছত বন্যহস্তীৰ গচকত মৃত লোকজনৰ নাম ৰাহুল সোণাৰি। বিহুৰ অনুষ্ঠান চাই ঘৰলৈ উভতিছিল ৰাহুল।
আৰু চাওক পৰৱৰ্তী বাতৰি