গোৱালপাৰাৰ দশ্ৰাপাৰা-মাটিয়া গাঁৱত মাতৃসহ পুখুৰীত পৰিল বন্যহস্তীৰ পোৱালি

News18 Assam | News18-Assam
Updated:November 24, 2020, 11:58 AM IST
গোৱালপাৰাৰ দশ্ৰাপাৰা-মাটিয়া গাঁৱত মাতৃসহ পুখুৰীত পৰিল বন্যহস্তীৰ পোৱালি
একে গাঁৱৰে খেতিপথাৰত মৃত অৱস্থাত উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক হাতী।

একে গাঁৱৰে খেতিপথাৰত মৃত অৱস্থাত উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক হাতী।

  • News18 Assam
  • Last Updated: November 24, 2020, 11:58 AM IST
  • Share this:
গোৱালপাৰাৰ দশ্ৰাপাৰা-মাটিয়া গাঁৱত পুখুৰীত পৰিল বনৰীয়া হাতীৰ মাতৃ-পোৱালী। বন বিভাগে জেচিবিৰে উদ্ধাৰ কৰিলে দুই মাতৃ-পোৱালিক। নিশা অঞ্চলটোত বিচৰণ কৰাৰ সময়তে পুখুৰীত পৰে বন্যহস্তী দুটা।

আনহাতে, একে গাঁৱৰে খেতিপথাৰত মৃত অৱস্থাত উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক হাতী। এতিয়ালৈকে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। দেহত কোনো আঘাতৰ চিন নাই হাতীটোৰ। দীৰ্ঘদিনৰ পৰা হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে গাঁওখনত।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 11:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading