BREAKING: বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীৰ কৰুণ মৃত্যু

কম উচ্চতাত থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হয় হাতীটোৰ।

news18assam
Updated:May 17, 2019, 8:52 AM IST
BREAKING: বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীৰ কৰুণ মৃত্যু
কম উচ্চতাত থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হয় হাতীটোৰ।
news18assam
Updated: May 17, 2019, 8:52 AM IST
পশ্চিম কাৰ্বিআংলঙৰ তৰাডুবিত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা হাতীৰ কৰুণ মৃত্যু। কম উচ্চতাত থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হয় হাতীটোৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি