মহানগৰীত গজৰাজৰ ধীৰ–স্থিৰ ৰূপ

আগে আগে বনৰীয়া হাতী, পাছে পাছে বনৰক্ষী। গজৰাজৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে পথচাৰী।

news18assam
Updated:April 30, 2019, 6:43 PM IST
মহানগৰীত গজৰাজৰ ধীৰ–স্থিৰ ৰূপ
আগে আগে বনৰীয়া হাতী, পাছে পাছে বনৰক্ষী। গজৰাজৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে পথচাৰী।
news18assam
Updated: April 30, 2019, 6:43 PM IST
গণেশগুৰিত গজৰাজৰ ধীৰ–স্থিৰ ৰূপ। বনাঞ্চলৰ পৰা ওলাই আহি মহানগৰীত দিকভ্ৰান্ত হৈ পৰা হাতীটোৱে সন্মুখত পোৱা বাহন কেনেকৈ আঁতৰাইছে চাওক। গণেগুৰিৰ উৰণীয়া সেঁতুৰ তলত গজৰাজৰ এই বিশেষ ৰূপ। বৰবাৰীৰ পৰা হেঙেৰাবাৰী হৈ গণেশগুৰি ফ্লাই অভাৰৰ তলেদি গৈ উপস্থিত হৈছে ভঙাগড়ত। আগে আগে বনৰীয়া হাতী, পাছে পাছে বনৰক্ষী। গজৰাজৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে পথচাৰী। হাতীৰ মুক্ত বিচৰণৰ বাবে GS ৰোডত তীব্ৰ যান জঁটৰ সৃষ্টি হয় মহানগৰীত।
চাওক সমগ্ৰ দৃশ্য:

আৰু চাওক পৰৱৰ্তী বাতৰি