প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা। বাৰম্বাৰ বিধানসভাৰ সচিবালয়ে ন'টিছ দিয়াৰ পিছতো ঘৰ খালী নকৰাৰ বাবে কৰ্তন কৰা হয় বিজুলী সেৱা৷
বিজুলী সেৱাৰ লগতে আজিয়ে কৰ্তন কৰিব পানী যোগান সেৱাও। মহন্তৰ নামত নতুনকৈ আবণ্টন দিয়া হৈছে ৫ আৰু ৬ নং দুটা আৱাস৷ নতুনকৈ আবণ্টিত আৱাসলৈ স্থানান্তৰিত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী৷ উল্লেখ্য, ৫৪, ৫৮ আৰু ৬৩নং বিধায়ক আৱাসক একত্ৰিত কৰি মহন্ত আছে দিছপুৰত।
Published by: Gautam Barman
FIRST PUBLISHED : November 02, 2022, 17:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।