• Home
  • »
  • News
  • »
  • assam
  • »
  • জনতাক মাধমাৰ শোধাই পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল, কিমান বাঢ়িল প্ৰতি ইউনিটত?

জনতাক মাধমাৰ শোধাই পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল, কিমান বাঢ়িল প্ৰতি ইউনিটত?

ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ।

ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ।

ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ।

  • Share this:
জনসাধাৰণৰ মূৰত পুনৰ মাধমাৰ শক্তি বিভাগৰ। পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত বাঢ়িল ৭৯ পইচাকৈ। ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ। ৩ মাহৰ বাবে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ বিল। চলিত মাহৰ পৰা অন্তৰ্ভুক্ত হ’ব বৰ্ধিত মাচুল। ২০২৩ৰ জানুৱাৰীলৈ বাঢ়িব মাচুল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি