আজিৰে পৰা গুৱাহাটীত চলিব ইলেকট্ৰিক বাছ, প্ৰদূষণ ৰোধৰ বাবে চৰকাৰৰ পদক্ষেপ

প্ৰদূষণ ৰোধৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ।

News18-Assam
Updated:November 4, 2019, 10:37 AM IST
আজিৰে পৰা গুৱাহাটীত চলিব ইলেকট্ৰিক বাছ, প্ৰদূষণ ৰোধৰ বাবে চৰকাৰৰ পদক্ষেপ
প্ৰদূষণ ৰোধৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ।
News18-Assam
Updated: November 4, 2019, 10:37 AM IST
আজিৰে পৰা গুৱাহাটী মহানগৰীত চলিব ইলেকট্ৰিক বাছ। বিয়লি ৪ বজাত এই বাছসেৱাৰ শুভাৰম্ভণি কৰা হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিব ইলেকট্ৰিক বাছ সেৱাৰ। অনুষ্ঠানত উপস্থিত থাকিব পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও। প্ৰথম পৰ্যায়ত গুৱাহাটীত চলিব ১৫খন ইলেকট্ৰিক বাছ। প্ৰদূষণ ৰোধৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ।
আৰু চাওক পৰৱৰ্তী বাতৰি