নুমলীগড়ত নৃশংস হত্যাকাণ্ড, ভাতৃৰ দাৰ ঘাপত ঢলি পৰিল ককায়েক

News18 Assam | News18-Assam
Updated:February 14, 2020, 10:31 AM IST
নুমলীগড়ত নৃশংস হত্যাকাণ্ড, ভাতৃৰ দাৰ ঘাপত ঢলি পৰিল ককায়েক
বৰ্তমান পলাতক হত্যাকাৰী শংকৰ কৰ্মকাৰ। নিশাৰ ভাগত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

বৰ্তমান পলাতক হত্যাকাৰী শংকৰ কৰ্মকাৰ। নিশাৰ ভাগত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

  • News18 Assam
  • Last Updated: February 14, 2020, 10:31 AM IST
  • Share this:
নুমলীগড়ৰ ৩নং দৈগ্ৰোঙৰ মুগা ফাৰ্ম অঞ্চলত চাঞ্চল্যকৰ হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ পৰিণতিত ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে এজন লোকক। ভাতৃ শংকৰ কৰ্মকাৰে দাৰে ঘপিয়াই হত্যা কৰিলে ককায়েক শগণ কৰ্মকাৰক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখন। বৰ্তমান পলাতক হত্যাকাৰী শংকৰ কৰ্মকাৰ। নিশাৰ ভাগত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।
First published: February 14, 2020, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading