কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ, ঘোষণা কেন্দ্ৰীয় হিলাল কমিটীৰ

ধুবুৰীৰ আকাশত দেখা গ'ল ঈদৰ জোন।

news18assam
Updated:June 4, 2019, 8:20 PM IST
কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ, ঘোষণা কেন্দ্ৰীয় হিলাল কমিটীৰ
ধুবুৰীৰ আকাশত দেখা গ'ল ঈদৰ জোন।
news18assam
Updated: June 4, 2019, 8:20 PM IST
কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ। আনুষ্ঠানিক ঘোষণা কেন্দ্ৰীয় হিলাল কমিটীৰ। ধুবুৰীৰ আকাশত দেখা গ'ল ঈদৰ জোন। কেন্দ্ৰীয় হিলাল কমিটীৰ সভাপতি মৌলানা ফকৰুদ্দিন আহমদ কাছিমীয়ে নিশ্চিত কৰিছে আকাশত ঈদৰ জোন দেখাৰ কথা। জোন দেখাৰ পিছতে ঘোষণা কৰিলে হিলাল কমিটীয়ে। কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণাৰ লগে লগে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক আনন্দ–উছাহ।
আৰু চাওক পৰৱৰ্তী বাতৰি