কাইলৈ ত্যাগ আৰু ভাতৃত্ববোধৰ উত্‍সৱ ঈদ, এইবাৰ নহয় সমূহীয়া নামাজ

News18 Assam | News18-Assam
Updated:July 31, 2020, 12:37 PM IST
কাইলৈ ত্যাগ আৰু ভাতৃত্ববোধৰ উত্‍সৱ ঈদ, এইবাৰ নহয় সমূহীয়া নামাজ
দেশত চলি আছে কোৰোণাৰ সংহাৰ। কোৰোণাৰ ফলত এইবাৰ দেশবাসী বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা।

দেশত চলি আছে কোৰোণাৰ সংহাৰ। কোৰোণাৰ ফলত এইবাৰ দেশবাসী বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা।

  • Share this:
দেশত চলি আছে কোৰোণাৰ সংহাৰ। কোৰোণাৰ ফলত এইবাৰ দেশবাসী বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা। কাইলৈ ইছলামধৰ্মী লোকসকলৰ ত্যাহগ আৰু ভাতৃত্ববোধৰ পবিত্ৰ উত্‍সৱ ঈদ। পিছে কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঈদত নহ’ব সামূহীয়া নামাজ। তাৰ বিপৰীতে চৰকাৰী নীতি নিয়ম মানি ঘৰতে নামাজৰ সিদ্ধান্ত। ইমামৰ অনুমতি হৈ দুই, চাৰিজন লোকহে প্ৰৱেশ কৰিব পাৰিব মছজিদত।

সমান্তৰালকৈ একেই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ ভালেকেইখন ঈদগাহ সমিতিয়ে।
ৰাজ্যৰ ভয়াৱহ কোৰোণাক লৈ আতংকিত সকলো। বন্ধ হৈ আছে সকলো ধৰ্মীয় অনুষ্ঠান। ইফালে ঈদৰ দিনা কোৰবানী দিবলগীয়া জন্তুৰ অৱশিষ্ট ঘৰতে পুতিবলৈ জনাইছে অনুৰোধ।
Published by: Himangshu Bhuyan
First published: July 31, 2020, 12:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading