বিধায়কৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব শিক্ষাগত অৰ্হতা, অসমৰ মন্ত্ৰী–বিধায়কৰ শিক্ষাগত অৰ্হতা কিমান?

বিধানসভাৰ নিৰ্বাচনতে প্ৰযোজ্য হ’ব পাৰে এই অৰ্হতা।

News18-Assam
Updated:July 26, 2019, 12:32 AM IST
বিধায়কৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব শিক্ষাগত অৰ্হতা, অসমৰ মন্ত্ৰী–বিধায়কৰ শিক্ষাগত অৰ্হতা কিমান?
বিধানসভাৰ নিৰ্বাচনতে প্ৰযোজ্য হ’ব পাৰে এই অৰ্হতা।
News18-Assam
Updated: July 26, 2019, 12:32 AM IST
বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে কয় যে শীঘ্ৰে বিধায়কৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব শিক্ষাগত অৰ্হতা। বিধানসভাৰ নিৰ্বাচনতে প্ৰযোজ্য হ’ব পাৰে এই অৰ্হতা। বিভিন্ন সময়ত বিধায়কৰ শিক্ষাগত অৰ্হতাক লৈ চলি আহিছে চৰ্চা, বিভিন্নজনে উত্থাপন কৰি আহিছে প্ৰশ্ন। বহুতে দাবী জনাইছে যে বিধায়কসকলৰ বাবেও নিৰ্ধাৰণ হ’ব লাগে শিক্ষাগত অৰ্হতা।

চাওঁ আহক অসমৰ মন্ত্ৰী–বিধায়কৰ শিক্ষাগত অৰ্হতা কিমান


  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ইংৰাজীত স্নাতকোত্তৰ, এল এল এম, গণসংযোগ

  • হিমন্ত বিশ্ব শৰ্মা (মন্ত্ৰী, বিধায়ক, জালুকবাৰী) : স্নাতকোত্তৰ, এল এল বি, পি এইচ ডি

  • চন্দ্ৰমোহন পাটোৱাৰী (মন্ত্ৰী, বিধায়ক, ধৰ্মপুৰ) : স্নাতকোত্তৰ, এল এল বি

  • প্ৰমীলাৰাণী ব্ৰহ্ম (মন্ত্ৰী, বিধায়িকা, কোকৰাঝাৰ) : স্নাতক


  • সিদ্ধাৰ্থ ভট্টাচাৰ্য (মন্ত্ৰী, বিধায়ক, পূব গুৱাহাটী) : স্নাতকোত্তৰ, এল এল বি

  • পল্লৱ লোচন দাস (মন্ত্ৰী, বিধায়ক, ৰঙাপৰা) : বাণিজ্যৰ স্নাতক

  • ৰিহণ দৈমাৰী (মন্ত্ৰী, বিধায়ক, ওদালগুৰি) : স্নাতক

  • ভৱেশ কলিতা (মন্ত্ৰী, বিধায়ক, ৰঙিয়া) : স্নাতক

  • পীযুষ হাজৰিকা (মন্ত্ৰী, বিধায়ক, জাগীৰোড) : স্নাতক

  • পৰিমল শুক্লবৈদ্য (মন্ত্ৰী, বিধায়ক, ধলাই) : স্নাতক

  • অতুল বৰা (মন্ত্ৰী, বিধায়ক, বোকাখাত) : ৰাজনীতিৰ স্নাতকোত্তৰ

  • কেশৱ মহন্ত (মন্ত্ৰী, বিধায়ক, কলিয়াবৰ) : ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ

  • নন্দিতা দাস (বিধায়িকা, বকো) : স্নাতক

  • সঞ্জয় কিষাণ (বিধায়ক, তিনিচুকীয়া) : মেট্ৰিক উত্তীৰ্ণ

  • বলিন চেতিয়া (বিধায়ক, শদিয়া) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

  • দুৰ্গা ভূমিজ (বিধায়ক, ডুমডুমা) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

  • ৰমেন্দ্ৰ নাৰায়ণ কলিতা (বিধায়ক, পশ্চিম গুৱাহাটী) : এল এল বি

  • প্ৰণৱ কলিতা (বিধায়ক, পলাশবাৰী) : বিজ্ঞানৰ স্নাতকোত্তৰ

  • ডাঃ ৰনোজ পেগু (বিধায়ক, ধেমাজি) : এম বি বি এছ

  • ভুৱন পেগু (বিধায়ক, জোনাই) : বুৰঞ্জীৰ স্নাতকোত্তৰ

  • ছাহাব উদ্দিন আহমেদ (বিধায়ক, জলেশ্বৰ) : স্নাতক

  • আব্দুৰ ৰছিদ মণ্ডল (বিধায়ক, পশ্চিম গোৱালপাৰা : উচ্চতৰ মাধ্যমিক (বিজ্ঞান) উত্তীৰ্ণ, চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাধাৰী)

  • আবুল কালাম ৰছিদ আলম (বিধায়ক, পূব গোৱালপাৰা) : স্নাতক

  • আনোৱাৰ হুছেইন লস্কৰ (বিধায়ক, হাইলাকান্দি) : মেট্ৰিক উত্তীৰ্ণ

  • ছুজাম উদ্দিন লস্কৰ (বিধায়ক, কাটলিচেৰা) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

  • নিজাম উদ্দিন চৌধুৰী (বিধায়ক, আলগাপুৰ) : নৱম শ্ৰেণী উত্তীৰ্ণ

  • শিলাদিত্য দেৱ (বিধায়ক, হোজাই) : স্নাতক

  • শিবু মিশ্ৰ (বিধায়ক, লামডিং) : মেট্ৰিক উত্তীৰ্ণ

  • কিশোৰ নাথ (বিধায়ক, বৰখলা) : দশম শ্ৰেণীলৈ

  • মিহিৰ কান্তি সোম (বিধায়ক, উদাৰবন্দ) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

  • ৰাজদীপ গোৱালা (বিধায়ক, লক্ষীপুৰ) : অৰ্থনীতিত পি জি ডিপ্ল’মা

  • অমৰ চান্দ জৈন (বিধায়ক, কাটিগৰা) : দশম শ্ৰেণীলৈ

  • আমিনুল হক লস্কৰ (বিধায়ক, সোণাই) : স্নাতক

  • দিলীপ কুমাৰ পাল (বিধায়ক, শিলচৰ) : বাণিজ্যৰ স্নাতক

  • দীপক কুমাৰ ৰাভা (বিধায়ক, দুধনৈ) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

  • ৰূপজ্যোতি কুৰ্মী (বিধায়ক, মৰিয়নী) : স্নাতক

  • অজন্তা নেওগ (বিধায়িকা, গোলাঘাট) : আইনৰ স্নাতকোত্তৰ

  • মৃণাল শইকীয়া (বিধায়ক, খুমটাই) : স্নাতকোত্তৰ

  • মনেশ্বৰ ব্ৰহ্ম (বিধায়ক : বৰমা) : স্নাতক

  • থানেশ্বৰ বসুমতাৰী (বিধায়ক, ছাপাগুৰি) উচ্চতৰ মাধ্যমিক (বিজ্ঞান) উত্তীৰ্ণ

  • ইমানুৱেল মুছাহাৰী (বিধায়ক, তামুলপুৰ) : বুৰঞ্জীৰ স্নাতকোত্তৰ

  • ৰণজিত কুমাৰ দাস (বিধায়ক, সৰভোগ) : বিজ্ঞানৰ স্নাতকোত্তৰ

  • আঙুৰলতা ডেকা (বিধায়িকা, বটদ্ৰৱা) : স্নাতক

  • ৰ’জলীনা তিৰ্কী (বিধায়িকা, সৰুপথাৰ) : এম বি এ, বি চি এ

আৰু চাওক পৰৱৰ্তী বাতৰি