অসমত বিধায়ক হ’বলৈ প্ৰযোজ্য হব ন্যূনতম শিক্ষাগত অৰ্হতা!

শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা, জনালে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

News18-Assam
Updated:July 25, 2019, 2:00 PM IST
অসমত বিধায়ক হ’বলৈ প্ৰযোজ্য হব ন্যূনতম শিক্ষাগত অৰ্হতা!
শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা, জনালে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
News18-Assam
Updated: July 25, 2019, 2:00 PM IST
পঞ্চায়ত আৰু পৌৰসভাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হ’বলৈ চৰকাৰে ন্যূনতম শিক্ষাৰ অৰ্হতা নিৰ্ধাৰণ কৰাৰ পিছত এইবাৰ ৰাজ্যৰ বিধানসভাৰ সদস্য সকলৰ বাবেও ন্যূনতম শিক্ষাৰ অৰ্হতা নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই  অসম বিধানসভাৰ বিধায়ক হ’বলৈ প্ৰয়োজন হ’ব ন্যূন্যতম শিক্ষাগত অৰ্হতা। এই সন্দৰ্ভত চলি আছে চিন্তা চৰ্চা। এই কথা জানিবলৈ দিছে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি