মুখ্যপৃষ্ঠা »খবৰ »অসম »Ranoj Pegu : কেৱল ছেবাৰে নহয়, শিক্ষক–ছাত্ৰ–অভিভাৱকৰো সংস্কাৰৰ প্ৰয়োজন : ৰণোজ পেগু

Ranoj Pegu : কেৱল ছেবাৰে নহয়, শিক্ষক–ছাত্ৰ–অভিভাৱকৰো সংস্কাৰৰ প্ৰয়োজন : ৰণোজ পেগু

দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰা ছেবা কৰ্তৃপক্ষৰ সংস্কাৰৰ প্ৰশ্ন আনিলে এতিয়া শিক্ষামন্ত্ৰীয়ে সংস্কাৰৰ কথা কয় শিক্ষক, ছাত্ৰ, অভিভাৱকৰ।

  • Share this:
স্বচ্চ, নিকা কোনো নহয়৷ প্ৰশ্নকাকত ফাদিল কাণ্ডত শিক্ষক, ছাত্ৰ, অভিভাৱক জড়িত৷ শিক্ষকে প্ৰশ্নকাকত লিক কৰিছে, ছাত্ৰই সেই প্ৰশ্নকাকত ক্ৰয় কৰিছে৷ আৰু এই গোটেই প্ৰক্ৰিয়াত প্ৰশ্নকাকত ক্ৰয় কৰিবলৈ অভিভাৱকে সন্তানক টকা দিছে৷ সমস্যা মাথোঁ এটা স্থানত নহয়৷ সকলোতে একে সমস্যা৷ সেয়ে এনে শিক্ষক, ছাত্ৰ, অভিভাৱকৰ সংস্কাৰ আন্দোলনৰ প্ৰয়োজনীয়তা আহি পৰিছে অসমত৷ মাথোঁ অসম মাধ্যমিক শিক্ষা পৰিষদৰে নহয়, সংস্কাৰ আনিব লাগিব শিক্ষক, ছাত্ৰ, অভিভাৱকৰো৷ এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ (Ranoj Pegu)৷

পেগুৱে কয়, প্ৰশ্নকাকত কিনিবলৈ পইচা দিয়া অভিভাৱকৰ প্ৰথমে সংস্কাৰৰ প্ৰয়োজনীয়তা আছে৷ শিক্ষকে প্ৰশ্নকাকত লিক কৰিছে, ছাত্ৰই সেই প্ৰশ্নকাকত কিনিছে৷ ইয়াৰ বাবে  সকলোৰে সংস্কাৰৰ প্ৰয়োজন।

শেহতীয়া বাতৰি