உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'বিদ্যালয় নোখোলা পৰ্যন্ত দ্বাদশ শ্ৰেণীলৈকে ৰেহাই দিয়ক ইমান শতাংশ মাছুল’, ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়লৈ পৰামৰ্শ শিক্ষামন্ত্ৰীৰ

    'বিদ্যালয় নোখোলা পৰ্যন্ত দ্বাদশ শ্ৰেণীলৈকে ৰেহাই দিয়ক ইমান শতাংশ মাছুল’, ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়লৈ পৰামৰ্শ শিক্ষামন্ত্ৰীৰ

    এই কথা টুইটাৰযোগে জনাইছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    এই কথা টুইটাৰযোগে জনাইছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    এই কথা টুইটাৰযোগে জনাইছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    • Share this:
    ৰাজ্যত চলি আছে কোৰোণা প্ৰতিৰোধৰ যুঁজ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ। কিন্তু তাৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ আগবঢ়াইছে বিশেষ পৰামৰ্শ। মে’ মাহৰ পৰা বিদ্যালয় নোখোলা পৰ্যন্ত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহক মাছুলৰ ক্ষেত্ৰত ২৫ শতাংশ ৰেহাই দিবলৈ আহ্বান জনোৱা হৈছে।



    এই কথা টুইটাৰযোগে জনাইছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইফালে অহা ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আকৌ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।
    Published by:Himangshu Bhuyan
    First published: