সংযোগী শিক্ষকৰ বাবে কেতিয়া হ’ব টেট পৰীক্ষা?

News18 Assam | News18-Assam
Updated:November 27, 2019, 12:37 PM IST
সংযোগী শিক্ষকৰ বাবে কেতিয়া হ’ব টেট পৰীক্ষা?
Source-Google

অৱশেষত প্ৰতিবাদী শিক্ষকৰ দাবীৰ প্ৰতি যেন কিছু হ’লেও সঁহাৰি জনাইছে ৰাজ্যৰ শিক্ষা বিভাগে।

  • News18 Assam
  • Last Updated: November 27, 2019, 12:37 PM IST
  • Share this:
অৱশেষত প্ৰতিবাদী শিক্ষকৰ দাবীৰ প্ৰতি যেন কিছু হ’লেও সঁহাৰি জনাইছে ৰাজ্যৰ শিক্ষা বিভাগে। দীৰ্ঘদিন ধৰি ৰাজ্যৰ সংযোগী শিক্ষকসকলে কৰি অহা প্ৰতিবাদৰ পিছত  দাবী মানি ললে শিক্ষা বিভাগে। ২০২০ চনৰ ভিতৰত ৰাজ্যৰ শিক্ষা বিভাগে সংযোগী শিক্ষকৰ বাবে অনুষ্ঠিত কৰিব টেট পৰীক্ষা। ১৫ ডিচেম্বৰ ভিতৰত এই সম্পৰ্কত জাননী জাৰি কৰিব বিভাগে। ছেবাই পৰিচালনা কৰিব এই টেট। উল্লেখযোগ্য যে, শিক্ষা বিভাগে হাইস্কুল টেটৰ বাবে জাননী জাৰি কৰাৰ পিছৰ পৰাই ক্ষোভত ফাটি পৰিছিল সংযোগী শিক্ষক সকল।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি