• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰীক্ষাত অৱতীৰ্ণ নহ'লেও উত্তীৰ্ণ হ'ব নৱম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থী, ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ বাবেও একেই নিয়ম

পৰীক্ষাত অৱতীৰ্ণ নহ'লেও উত্তীৰ্ণ হ'ব নৱম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থী, ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ বাবেও একেই নিয়ম

প্ৰতীকী ফটো

প্ৰতীকী ফটো

নিৰ্দেশ দিলে ৰাজ্যৰ শিক্ষা বিভাগে।

  • Share this:
পৰীক্ষাত অৱতীৰ্ণ নহ'লেও প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশ দিলে ৰাজ্যৰ শিক্ষা বিভাগে।  পৰীক্ষাত বহাৰ ক্ষেত্ৰতো নাথাকিব কোনো বাধ্যবাধকতা। ইফালে  মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱা পৰীক্ষা বাধ্যতামূলক নহয়।

পৰীক্ষাত নবহিলেও পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত হ'ব শিক্ষাৰ্থী। ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰিব লাগিব পৰৱৰ্তী শিক্ষাবৰ্ষ বাবে পাঠদান। বেচৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰটো প্ৰযোজ্য হ'ব এই নিয়ম।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি