
শ্ৰীনগৰৰ শক্তিগড় পথত থকা এটা ফ্লেট আৰু ভঙাগড়ত থকা বাণিজ্যিক ফ্লেট বাজেয়াপ্ত কৰা হয়৷
শ্ৰীনগৰৰ শক্তিগড় পথত থকা এটা ফ্লেট আৰু ভঙাগড়ত থকা বাণিজ্যিক ফ্লেট বাজেয়াপ্ত কৰা হয়৷
এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ED-এ৷ শ্ৰীনগৰৰ শক্তিগড় পথত থকা এটা ফ্লেট আৰু ভঙাগড়ত থকা বাণিজ্যিক ফ্লেট বাজেয়াপ্ত কৰা হয়৷ লগতে ৰাকেশ পালৰ ঘৰৰ পৰা জব্দ কৰা ১০ লাখ টকাও। এপিএছচিৰ কেলেংকাৰীৰ তদন্তত পোহৰলৈ আহিছিল ৰাকেশ পালৰ ধন আত্মসাতৰ বহু তথ্য৷ তাৰ পিছতে ৰাকেশ পালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ED–এ৷ ED–এ মঙলবাৰে ৰাকেশ পালৰ ১ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|