মুখ্যপৃষ্ঠা »খবৰ »অসম »Election Commission of India: আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ; সমষ্টি পুনঃনিৰ্ধাৰণ বিষয়ত ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে বহিব আলোচনা

Election Commission of India: আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ; সমষ্টি পুনঃনিৰ্ধাৰণ বিষয়ত ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে বহিব আলোচনা

আয়োগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য সচিব আৰু DGPৰ সৈতেও কৰিব আলোচনা ৷

আয়োগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য সচিব আৰু DGPৰ সৈতেও কৰিব আলোচনা ৷

আয়োগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য সচিব আৰু DGPৰ সৈতেও কৰিব আলোচনা ৷

  • Share this:
ৰাজ্যৰ সমষ্টি পুনঃনিৰ্ধাৰনক লৈ অসমলৈ দেশৰ নিৰ্বাচন আয়োগ আহিব ৷ আজি আবেলি ৫ বজাত গুৱাহাটী দেশৰ নিৰ্বাচন আয়োগ আহি উপস্থিত হ’ব ৷ আয়োগৰ তিনিজনীয়া এটা দলে হোটেল ৰেডিছন ব্লু'ত নিশা কটাব ৷

জানিব পৰা মতে, কাইলৈ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হ'ব ৷ আবেলি এক বজাৰ পৰা চাৰি বজালৈ ৰাজ্যৰ সামাজিক দল-সংগঠন আৰু বিশিষ্ট নাগৰিকসকলৰ সৈতে আলোচনাত মিলিত হ'ব ৷ আয়োগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য সচিব আৰু DGPৰ সৈতেও কৰিব আলোচনা ৷

শেহতীয়া বাতৰি