ভূমিকম্পৰ জোকাৰণি

মাজনিশা ১.৪৬ বজাত জোকাৰণি অনুভূত। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১

news18assam
Updated:April 24, 2019, 9:11 AM IST
ভূমিকম্পৰ জোকাৰণি
ভূমিকম্প
news18assam
Updated: April 24, 2019, 9:11 AM IST
অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি। মাজনিশা ১.৪৬ বজাত জোকাৰণি অনুভূত। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। তিনিচুকীয়া, বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ উৎপত্তি স্থল আছিল অৰুণাচল।
আৰু চাওক পৰৱৰ্তী বাতৰি