গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ মৃদু জোকাৰণি

ভূমিকম্পৰ অভিকেন্দ্ৰ অসম–নাগালেণ্ড সীমান্ত বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:October 3, 2019, 12:15 PM IST
গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ মৃদু জোকাৰণি
ভূমিকম্পৰ অভিকেন্দ্ৰ অসম–নাগালেণ্ড সীমান্ত বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: October 3, 2019, 12:15 PM IST
গুৱাহাটীত ভূমিকম্পৰ মৃদু জোকাৰণি। ৰাজ্যৰ আন আন প্ৰান্ততো অনুভূত হয় জোকাৰণি। ১১.৫৪ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ ভাৰত–ম্যানমাৰ সীমান্তৰ মণিপুৰৰ লামলাইৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৯।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি