মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Earthquake in Assam: এইপৰ্যন্ত ১৪টাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য!

Earthquake in Assam: এইপৰ্যন্ত ১৪টাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য!

News18 Assam | News18-Assam
Updated:April 28, 2021, 6:48 PM IST
Earthquake in Assam: এইপৰ্যন্ত ১৪টাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য!
বিয়লি ৩.৫৫ বজাতো এটা মৃদু ভুমিকম্পৰ জোকাৰণি অনুভূত হয়।

বিয়লি ৩.৫৫ বজাতো এটা মৃদু ভুমিকম্পৰ জোকাৰণি অনুভূত হয়।

  • Share this:
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। এই পৰ্যন্ত ১৪টাকৈ সৰু ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। শেহতীয়াকৈ অহা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা। ৰিখটাৰ স্কেলত ৩.৫ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্য। ইফালে বিয়লি ৩.৫৫ বজাতো এটা মৃদু ভুমিকম্পৰ জোকাৰণি অনুভূত হয়। সেই ভূমিকম্পটোৰো অভিকেন্দ্ৰ আছিল শোণিতপুৰ।

  • ৭.৫১ বজাত ৬.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।


  • ৮.০৩ বজাত ৪.৭ প্ৰাৱল্যৰ দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি।

  • ৮.১৩ বজাত ৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰিছিল ৰাজ্য। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ৮.২৫ বজাত ৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ৮.২৫ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।


  • ৮.৪৪ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ৮.৪৪ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ১০.০৫ বজাত ৩.২ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ নগাওঁ।

  • ১০.২৯ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ১০.৩৯ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ১২.৩২ত ২.৯ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ মৰিগাওঁ।

  • ২.৩৪ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

  • ৩.৫৫ বজাত ২.৯ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

Published by: Himangshu Bhuyan
First published: April 28, 2021, 6:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি