Earthquake in Assam: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি, অভিকেন্দ্ৰ শোণিতপুৰ

News18 Assam | News18-Assam
Updated:May 5, 2021, 8:02 PM IST
Earthquake in Assam: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি, অভিকেন্দ্ৰ শোণিতপুৰ
বুধবাৰে সন্ধিয়া ৭ বাজি ২২ মিনিটত অনুভূত হৈছিল জোকাৰণি।

বুধবাৰে সন্ধিয়া ৭ বাজি ২২ মিনিটত অনুভূত হৈছিল জোকাৰণি।

  • Share this:

  • ৰাজ্যত পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি।

  • বুধবাৰে সন্ধিয়া ৭ বাজি ২২ মিনিটত অনুভূত হৈছিল জোকাৰণি।


  • ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে।

  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৩.৫।

Published by: Himangshu Bhuyan
First published: May 5, 2021, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি