• Home
  • »
  • News
  • »
  • assam
  • »
  • Goalpara: গোৱালপাৰা জিলাৰ আজাদ নগৰত ভূমিস্খলন, দুই শিশুৰ মৃত্যু

Goalpara: গোৱালপাৰা জিলাৰ আজাদ নগৰত ভূমিস্খলন, দুই শিশুৰ মৃত্যু

 ৰাজ্যজুৰি হৈ থকা বৰষুণে গোৱালপাৰাতো বিপদাশংকা নমাই আনিছে।

ৰাজ্যজুৰি হৈ থকা বৰষুণে গোৱালপাৰাতো বিপদাশংকা নমাই আনিছে।

ৰাজ্যজুৰি হৈ থকা বৰষুণে গোৱালপাৰাতো বিপদাশংকা নমাই আনিছে।

  • Share this:
মুষলধাৰ বৰষুণৰ বাবে আজি গোৱালপাৰা জিলাৰ আজাদ নগৰত পুৱাতেই ভূমিস্খলনত দুই শিশুৰ মৃত্যু হয়। ৰাতিপুৱা ৬ বজাত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছিল।

মৃত শিশু দুটি আছিৰ উদ্দিন শিকদাৰৰ সন্তান হুছেইন আলী আৰু আছমা খাতুন বুলি জানিব পৰা গৈছে।

আৰক্ষী আৰু জিলা কৰ্তৃপক্ষই কৰুণভাৱে মৃত্যুক সাৱটি লোৱা দুই শিশুৰ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখ্য, ৰাজ্যজুৰি হৈ থকা বৰষুণে গোৱালপাৰাতো বিপদাশংকা নমাই আনিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি