
দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে।
দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে।
বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতেই বুধবাৰে এক বৃহৎ অঘটনৰ সাক্ষী হোৱাৰ পৰা ৰক্ষা পৰে শোণিতপুৰৰ মিছামাৰী। জানিব পৰা মতে, মিছামাৰীৰ গাভৰু নৈৰ পানীত পৰাৰ পৰা কথমপি ৰক্ষা পৰিল বহলোক৷ জানিব পৰা মতে, দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে। একাংশ লোকৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় ১০ জন লোকক৷ মন কৰিবলগীয়া যে, ৰাৱন দাহন আৰু প্ৰতিমা বিসৰ্জন দিয়াৰ সময়তে নৈৰ পানী বাঢ়ি আহিছিল আৰু কেইবাজনো লোকক উটুৱাই নিছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|