• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰতিমা বিসৰ্জনৰ সময়ত শোণিতপুৰৰ মিছামাৰীৰ গাভৰু নৈৰ পানীৰ ওফন্দি উঠাত উটি গ'ল কেইবাজনো; কথমপি প্ৰাণৰক্ষা

প্ৰতিমা বিসৰ্জনৰ সময়ত শোণিতপুৰৰ মিছামাৰীৰ গাভৰু নৈৰ পানীৰ ওফন্দি উঠাত উটি গ'ল কেইবাজনো; কথমপি প্ৰাণৰক্ষা

দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে।

দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে।

দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে।

  • Share this:
বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতেই বুধবাৰে এক বৃহৎ অঘটনৰ সাক্ষী হোৱাৰ পৰা ৰক্ষা পৰে শোণিতপুৰৰ মিছামাৰী। জানিব পৰা মতে, মিছামাৰীৰ গাভৰু নৈৰ পানীত পৰাৰ পৰা কথমপি ৰক্ষা পৰিল বহলোক৷ জানিব পৰা মতে, দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে। একাংশ লোকৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় ১০ জন লোকক৷ মন কৰিবলগীয়া যে, ৰাৱন দাহন আৰু প্ৰতিমা বিসৰ্জন দিয়াৰ সময়তে নৈৰ পানী বাঢ়ি আহিছিল আৰু কেইবাজনো লোকক উটুৱাই নিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি