কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত প্ৰাণ গল মাত্ৰ তিনিটা গঁড়। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত এই সংখ্যা যথেষ্ট উৎসাহজনক।
উল্লেখযোগ্য যে, ২০১৭ চনৰ পৰা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে গঁড় হত্যা। ২০১৩–২০১৪ চনত প্ৰায় ২৭ টাকৈ হত্যা কৰা হৈছিল এশিঙিয়া গঁড়। সেইদৰে ২০১৭ ৰ পৰা ২০১৮ ৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত হত্যা কৰা হৈছিল ৭ টা গঁড়।