• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰষাৰাণী বিষয়াৰ ঘৰত এইবাৰ কেনেদৰে পালন কৰা হৈছে দুৰ্গা পূজা?

বৰষাৰাণী বিষয়াৰ ঘৰত এইবাৰ কেনেদৰে পালন কৰা হৈছে দুৰ্গা পূজা?

দুৰ্গা পূজাৰ বতৰত গুৱাহাটী মহানগৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ পূজাখনৰ এক বিশেষ আকৰ্ষণ আছে।

দুৰ্গা পূজাৰ বতৰত গুৱাহাটী মহানগৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ পূজাখনৰ এক বিশেষ আকৰ্ষণ আছে।

দুৰ্গা পূজাৰ বতৰত গুৱাহাটী মহানগৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ পূজাখনৰ এক বিশেষ আকৰ্ষণ আছে।

  • Share this:
কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰে চৌদিশে দুৰ্গা পূজাৰ পৰিৱেশ পূৰ্বতকৈ ম্লান পৰা দেখা গৈছে। তাতে আকৌ বতৰৰ বিধি–পথালি। তাৰ মাজতে কোৰোণা বিধি মানি চৌদিশে চলিছে দেৱীৰ আৰাধনা। জাক–জমকতাবিহীনভাৱে মণ্ডপে মণ্ডপে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ।

দুৰ্গা পূজাৰ বতৰত গুৱাহাটী মহানগৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ পূজাখনৰ এক বিশেষ আকৰ্ষণ আছে। ৯৩ বছৰ ধৰি বিষয়া পৰিয়ালে আয়োজন কৰি আহিছে দুৰ্গা পূজা। এইবাৰো ব্যতিক্ৰম নহয়। কোৰোণাই সৃষ্টি কৰা পৰিৱেশৰ মাজতে আয়োজন কৰা হৈছে দেৱী দুৰ্গাৰ পূজাভাগ।

এই সন্দৰ্ভত বৰষাৰাণী বিষয়াই নিজৰ ফেচবুক পেজত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি দেৱী দুৰ্গাৰ প্ৰতিমাৰ সৈতে অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত লিখিছে – ‘‘শাৰদীয় দুৰ্গোৎসবৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ৯৩ বছৰ অতিক্ৰম কৰা আমাৰ ঘৰৰ পূজা ভাগলৈ আপোনাক তথা আপোনাৰ পৰিয়ালক সাদৰেৰে আমন্ত্ৰণ জনালোঁ।
Published by:Sanjay Kumar Das
First published: