গণেশৰ গাত চেলেং, সম্পূৰ্ণ অসমীয়া সাজত দুৰ্গা গোঁসানী, কিন্তু অসমৰ নহয় এইভাগ পূজা...

দেশৰ ৰাজধানী চহৰত পৰম্পৰাগত অসমীয়া সাজেৰে সজালে দুৰ্গা গোঁসানীক

News18-Assam
Updated:October 5, 2019, 5:20 PM IST
গণেশৰ গাত চেলেং, সম্পূৰ্ণ অসমীয়া সাজত দুৰ্গা গোঁসানী, কিন্তু অসমৰ নহয় এইভাগ পূজা...
দেশৰ ৰাজধানী চহৰত পৰম্পৰাগত অসমীয়া সাজেৰে সজালে দুৰ্গা গোঁসানীক
News18-Assam
Updated: October 5, 2019, 5:20 PM IST
দুৰ্গা পূজা উপলক্ষে উখল মাখল এতিয়া সমগ্ৰ দেশ। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন আৰ্হিৰে সঁজোৱা হৈছে দুৰ্গা গোঁসানীক। অসমত নহয় বহিঃৰাজ্যৰ এখন পূজা মণ্ডপে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতিজন অসমীয়াৰ। নয়দাত সম্পূৰ্ণ অসমীয়া সাজত সজোৱা হৈছে দুৰ্গা গোঁসানীক। নইডাৰ অসমীয়া দুৰ্গোৎসৱ এছোচিয়েশ্যনৰ উদ্যোগত এনেদৰে অসমীয়াৰ আৰ্হিত আয়োজন কৰা হৈছে দুৰ্গা পূজা।
আৰু চাওক পৰৱৰ্তী বাতৰি