ডুমডুমা তালাপ অইল কেম্পৰ ষ্টেচনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

News18 Assam | News18-Assam
Updated:January 15, 2020, 10:47 AM IST
ডুমডুমা তালাপ অইল কেম্পৰ ষ্টেচনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড
মঙলবাৰে মাজনিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা

মঙলবাৰে মাজনিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা

  • Share this:
ডুমডুমা তালাপ অইল কেম্পৰ ষ্টেচনৰ সমীপত অগ্নিকাণ্ড। মঙলবাৰে মাজনিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত হয় বিস্তাৰ ক্ষতিসাধন।  অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয়  তিনিখন সুলভ মূল্যৰ দোকান।

ইন্দ্ৰজিৎ মৰাণ নামৰ এজন লোকৰ ঘৰতো লাগিল জুই। কথমপি প্ৰাণ ৰক্ষা ঘৰৰ পৰিয়ালৰ লোকৰ। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন।
আৰু চাওক
পৰৱৰ্তী বাতৰি