உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চলন্ত ৰে’লত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক আক্ৰমণ! ৰে’লত লাইট বন্ধ কৰাক লৈ বিধায়কজনক দুৰ্ব্যৱহাৰ

    চলন্ত ৰে’লত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক আক্ৰমণ! ৰে’লত লাইট বন্ধ কৰাক লৈ বিধায়কজনক দুৰ্ব্যৱহাৰ

    লামডিং ৰে’ল ষ্টেচনৰ পৰা অভিযুক্ত ৰমাকান্ত ৰায়ক লামডিং আৰক্ষীয়ে আটক কৰিছে।অভিযুক্ত ৰমাকান্ত ৰায় লামডিং নেতাজী ৰোডৰ বাসিন্দা।

    • Share this:
    নিশা দিল্লী-ডিব্ৰুগড় ৰাজধানী ৰে’লত দুলীয়াজনৰ বিধায়ক তেৰছ গোৱালাক আক্ৰমণ। বিধায়কজনে পত্নী–সন্তানসহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰাৰ সময়তে চলন্ত ৰে’লত এই ঘটনা।

    ৰে’লখনত A3 ডবাত থকা লামডিঙৰ ৰমাকান্ত ৰায় নামৰ এজন যাত্ৰীয়ে লাইট বন্ধ কৰাক লৈ বিধায়কজনক দুৰ্ব্যৱহাৰ কৰাৰ লগতে আক্ৰমণ কৰাৰ অভিযোগ। নিশা লামডিং ৰে’ল ষ্টেচনত লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু বহু বিজেপি কৰ্মী উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ।

    লামডিং ৰে’ল ষ্টেচনৰ পৰা অভিযুক্ত ৰমাকান্ত ৰায়ক লামডিং আৰক্ষীয়ে আটক কৰিছে।অভিযুক্ত ৰমাকান্ত ৰায় লামডিং নেতাজী ৰোডৰ বাসিন্দা। লোকজনক ৰে’লৰ পৰা নমোৱাৰ সময়ত লামডিং ষ্টেচনত উত্তেজনাৰ সৃষ্টি হৈছিল যদিও পিছে আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: