সুৰাপায়ীৰ বাবে দুখবৰ!

বন্ধ থাকিব সকলো সুৰাৰ বিপণী, বাৰ আৰু ক্লাব। বণ্ডেড ৱেৰহাউচ আৰু দেশীয় সুৰাৰ মহল বন্ধ থাকিব এই দিনকেইটাত।

news18assam
Updated:April 21, 2019, 9:17 AM IST
সুৰাপায়ীৰ বাবে দুখবৰ!
ফাইল ফটো
news18assam
Updated: April 21, 2019, 9:17 AM IST
কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা। আজি বিয়লি ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ বিয়লি ৫ বজালৈ ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো সুৰাৰ বিপণী, বাৰ আৰু ক্লাব। বণ্ডেড ৱেৰহাউচ আৰু দেশীয় সুৰাৰ মহল বন্ধ থাকিব এই দিনকেইটাত। নিষেধাজ্ঞা ভংগ কৰাসকল শাস্তিৰ সন্মুখীন হ’ব। ইফালে বৰপেটা জিলাতো ড্ৰাই ডে' ঘোষণা ৷ ভোটগ্ৰহণ উপলক্ষে জিলা প্ৰশাসনৰ ড্ৰাই ডে' ঘোষণা।
আৰু চাওক পৰৱৰ্তী বাতৰি